Sort

Reset Sort

Filter

Reset Filter

Shop by Categories

By Publishers

Price

Languages

Discount

Ratings

Gitali Bora books

follower

গীতালি বরা

গল্পকাৰ হিচাপে গীতালি বৰা ইতিমধ্যে অসমীয়া সাহিত্যত প্রতিষ্ঠিত আৰু সমাদৃত। প্রথম গল্প সংকলন ‘সম্ভৱতঃৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰা গীতালি বৰা অসমীয়া পাঠক-সমালােচকৰ মাজত বিশেষভাবে চর্চিত হয়। পুকথা-কিংবদন্তি আধাৰিত তেওঁৰ শেহতীয়া গল্প সংকলন ‘নিৰৱধি নৈৰাঞ্জনা’ৰ বাবে। নিজকে আজীৱন সাহিত্যৰ ছাত্ৰী হিচাপে পৰিচয় দিবলৈ ভাল পােৱা গীতালি বৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া আৰু ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ। তেওঁ সুদীর্ঘ দিন সাংবাদিকতা আৰু সাহিত্য সম্পাদনাৰ লগত জড়িত হৈ আছে। সম্প্রতি অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্রকাশিত সাহিত্য আলােচনী প্রকাশ’ৰ সহযােগী সম্পাদক। বুদ্ধজায়া’ তেওঁৰ প্ৰথমখন উপন্যাস। পূর্বে প্রকাশিত গ্রন্থঃ সম্ভৱতঃ, অর্গল খােলা প্রিয়ম্বদা, এপ’ল’ এপ’ল', নিৰৱধি নৈৰাঞ্জনা

গীতালি বরা এর বই সমূহ

(Showing 1 to 1 of 1 items)

Recently Viewed